Template:Main page/as

This page is a translated version of the page Template:Main page and the translation is 100% complete.

মিডিয়াৱিকি এখন সহযোগিতামূলক আৰু ডকুমেণ্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।

মিডিয়াৱিকি চফ্টৱেৰ সহস্ৰাধিক ৱেবচাইট আৰু সহস্ৰাধিক কোম্পানী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপিডিয়া আৰু এই ৱেবছাইটো পৰিচালনা কৰে। মিডিয়াৱিকিৱে আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰাত সহায় কৰে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু উন্মুক্ত, পৰিবৰ্দ্ধনশীল, কাষ্ট’মাইজেবল, বিশ্বাযোগ্য, আৰু বিনামূলীয়াকৈ উপলভ্য। মিডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয় জানক।

মিডিয়াৱিকি চেট-আপ কৰি চলাওক

  • মিডিয়াৱিকি ডাউনলোড, স্থাপিত আৰু কনফিগাৰ কৰক।
  • এক্সটেনচন দি কাৰ্যকাৰিতা বঢ়াওঁক
  • সমস্যা? ত্রুটি আৰু লক্ষণ আৰু FAQ চাওক
  • নিজা চার্ভাৰ নাই? হোষ্টিং চার্ভাৰ বিচাৰক
  • পেছাদাৰী বিকাশ আৰু সহায় পাওক
  • মিডিয়াৱিকি ষ্টেকহোল্ডাৰসকলৰ ব্যৱহাৰকাৰী গোটত যোগদান কৰক

মিডিয়াৱিকি সম্পাদনা আৰু ব্যৱহাৰ কৰক

  • নেভিগেট কৰিবলৈ শিকক
  • পৃষ্ঠা এটা কেনেকৈ সম্পাদনা কৰিব লাগে শিকক
  • পঠন, সম্পাদনা আৰু ব্যক্তিগত স্বনিৰ্ধাৰণৰ বিষয়ে অধিক জানক

কোড বিকশিত আৰু সম্প্ৰসাৰণ কৰক

  • মিডিয়াৱিকি ডেভেলপাৰ ডকুমেণ্টেছন পঢ়ক
  • ৱিকিমিডিয়া ডেভেলপাৰ প'ৰ্টেললৈ যাওক

সাহায্য পাওক আৰু যোগদান কৰক

  • মিডিয়াৱিকিৰ কোনো সমস্যাৰ উত্তৰ পোৱা নাই? সহায়ক ডেস্কক শুধক!
  • অনুবাদক, ডিজাইনাৰ, ডকুমেন্টেচন লেখক, পৰীক্ষক, টেক এম্বেচাডৰৰ, বিকাশকৰ্তা হিচাপে যোগদান কৰক
  • ভুল চফ্টৱেৰৰ অভিযোগ কৰক বা সুবিধাৰ প্রস্তাব কৰক

সংবাদ

2024-06-28
Maintenance update MediaWiki 1.40.x versions are now end of life.
2024-06-27
Maintenance update Maintenance release: 1.39.8 / 1.40.4 / 1.41.2 / 1.42.1
Release MediaWiki 1.42.0 is now available.
2024-11-04 to 2024-11-06
Maintenance update MediaWiki Users and Developers Conference Fall 2024 in Vienna, Austria.
2024-05-03 to 2024-05-05
Maintenance update Wikimedia Hackathon 2024 in Tallinn, Estonia.
2024-04-17 to 2024-04-19
Maintenance update MediaWiki Users and Developers Conference Spring 2024 in Portland, OR (USA). (View livestream)
2024-03-28
Security MediaWiki 1.39.7, 1.40.3 and 1.41.1 security releases are now available.

অধিক সংবাদ